Skip to main content

Posts

Showing posts from February 8, 2018

অসমীয়া সাহিত্য সংস্কৃতিৰ বিপৰ্যয়।

নিজৰ সাহিত্য সংস্কৃতি এৰি সকলোতে পশ্চিমীয়া সংস্কৃতিক আকোৱালি লোৱা অসমীয়াই আজি নিজক অসমীয়া বুলি পৰিচয় দিয়াতোৱে ভুল। নিজক জীয়াই ৰাখিবলৈ হ'লে নিজৰ সাহিত্য সংস্কৃতিক জীয়াই ৰাখিবলৈ চেষ্টা কৰক সোনকালে। নহ'লে অসমত অসমীয়াৰ অস্তিত্বই নোহোৱা হ'ব এদিন।