Consumer Plus Shipping card Northeast innovations নামৰ কোম্পানী অন্তৰ্গত Consumer plus কাৰ্ডৰ বিষয়ে মোৰ এই লেখাতোৰ জৰিয়তে আপোনালোকক আজি অলপ তথ্য ডাঙি ধৰিলো। বহুতৰ হয়তো মনলৈ প্ৰশ্ন আহিব কি হয় এই consumer plus? তেন্তে জানো আহক Consumer plus ৰ বিষয়ে কিছু কথা, আৰু ইয়াৰ লাভালাভৰ বিষয়ে। # Consumer plus হৈছে এটা discount card কাৰ্ডৰ গ্ৰাহক সকলৰ সুবিধা সমূহ :- ১/ কাৰ্ডৰ গ্ৰাহক সকলে কোম্পানীৰ লগত সংযোগ হোৱা ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা যদি কিবা সামগ্ৰী ক্ৰয় কৰে তেতিয়া গ্ৰাহক সকলে ২ৰ পৰা ১০ % ৰেহাই পাব, হয়তো কিছমান প্ৰতিষ্ঠানত তাটোতকৈ অধিক ৰেহাইও পাব পাৰে। ২/ ডক্তৰ প্লাছ সুবিধা - কার্ড ক্ৰয় কৰা লোক সকলে বছৰত ২ বাৰ কৈ অসমৰ আগশাৰীৰ চিকিৎসা প্ৰতিষ্ঠানৰ ডাক্তৰ সকলৰ লগত স্বাস্থ্য সম্পৰ্কীয় অসুবিধাৰ সম্পৰ্কে আলোচনা কৰিব পাৰিব, যেতিয়ালৈকে তেওঁৰ ৰোগ নিৰাময় নহয় তেতিয়া লৈকে ডাক্তৰৰ লগত আলোচনা কৰিব পাৰিব । যদি আপুনি নিজাববীয়াকৈ ডক্তৰৰ লগত আলোচনাত বহিব বিচাৰে তেতিয়া প্ৰতি আলোচনাৰ বিপৰীতে ৫০০ পৰা ১০০০ টকা পইচা খৰছ কৰিব লগা হয় , কিন্তু এই কাৰ্ডৰ গ্ৰাহক সকলে এই সুবিধ...
কিছু যোগাত্মক চিন্তাৰে মানুহৰ মনত নতুন চিন্তাধাৰা অনাৰ প্ৰয়াস মোৰ। আহক আমি নিজক সলনি কৰি পৃথিৱীখন সলনি কৰো। সকলোৱে বিছাৰে পৰিৱৰ্তন, কিন্তু পৰিৱৰ্তন আহিব কেনেকৈ যদি আমি নিজৰ মাজতে পৰিৱৰ্তন আনিব নোৱাৰো। আহক আমি নিজে সলনি হৈ দেশখন সলনি কৰো, আমাৰ বাবে নহয়, আমাৰ পৰৱৰ্তী প্ৰজন্মৰ বাবে। যদি আজি আমি শুই থাকো তেন্তে দেশ কেতিয়াও সাৰ নাপাব। সংঘাত, যুদ্ধ, বিতৰ্ক, জাতিভেদ, ভেদাভেদ পৰিহাৰ কৰি কেৱল যোগাত্মক চিন্তাৰে সকলো ওলাই আহক মানৱতাৰ মাজেৰে, মোৰ এই আহ্বান মাথো, আহক সকলো সহযোগ কৰক…… বিজয় কুমাৰ চাৰণ, অসম।