যিটো কামেই আপুনি কৰিম বুলি ভাবি ল'ব সেইতো কাম আন্তৰিকতাৰে কৰিব, দেখিব এদিন কামতোত সফল হ'বই। হয়তো কিছু পলম হ'ব পাৰে, কিন্তু এদিন সফলতাৰ মুখ দেখিবই। আনহাতে যিটো কাম এবাৰ নকৰো বুলি ভাবি ল'ব, সেইটো কাম আৰু কেতিয়াও নকৰিব, কাৰণ এবাৰ নকৰো বুলি ভাবি লোৱা কামৰ প্ৰতি আপোনাৰ আন্তৰিকতা কেতিয়াও নাথাকিব, আন্তৰিকতা নথকাকে কৰা কাম কেতিয়াও সফল নহয়।
- ফটোঃ স্বপ্নাশিখা গৌতম
Comments
Post a Comment