মৰিয়নীৰ নকচাৰীৰ মৰঙীয়াল গাঁৱৰ "চুকাফা আত্ম সহায়ক গোটে" নতুনকৈ স্থাপন কৰা পৰ্যটন স্থলীয়ে পৰ্য্যটকৰ বিশেষ আকৰ্ষণ লাভ কৰিবলৈ সক্ষম হৈছে। তেঁওলোকৰ প্ৰচেষ্টাত কিছু নিবনুৱাক সংস্থাপন দিয়াৰ ওপৰিও ঠাইডোখৰ আকৰ্ষণ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে।অসমৰ প্ৰৰ্যতন বিভাগ তথা চৰকাৰে বিশেষ পদক্ষেপ ল'লে ভবিষ্যতে অসমৰ মানচিত্ৰত নকচাৰী মৰঙিয়াল অঞ্চলত পৰ্যটক উদোগ হিচাপে গঢ়াৰ থল আছে।
বিজয় কুমাৰ চাৰণ
৮৮৭৬৫৭৭৫৫০
উৎস ঃ সংগ্ৰহ
বিজয় কুমাৰ চাৰণ
৮৮৭৬৫৭৭৫৫০
উৎস ঃ সংগ্ৰহ
Comments
Post a Comment