নিজৰ প্ৰেয়সী (Girl Friend) তথা পত্নীক বাদ দি সমাজৰ প্ৰতিগৰাকী নাৰীক নিজৰ বাইদেউ - ভন্টি বুলি ভাৱি সন্মান দিবলৈ আৰম্ভ কৰকচোন, দেখিব সমাজত বলাৎকাৰৰ দৰে জঘন্য কাণ্ডবোৰ নোহোৱা হৈ যাব। প্ৰতিগৰাকী নাৰীয়ে আপোনাৰ ওচৰত নিজকে সুৰক্ষিত অনুভৱ কৰিব। কেৱল মুখৰ শ্লোগানেৰে মানুহ সলনি নহয়, সলনি হ'ব লাগিব মনেৰে। কেৱল শ্লোগান, প্ৰতিবাদ, ধৰ্ণাৰে একো নহয়, যদি মানুহৰ মনৰ পৰিৱৰ্তন আনিব নোৱাৰো।
বিজয় কুমাৰ চাৰণ।
বিজয় কুমাৰ চাৰণ।
Comments
Post a Comment